Skip to main content

Posts

Showing posts with the label Kamalanda Bhattacharyya

Obviously, Pakistan to Play India! Big Money Wins Yet Again!

As anticipated, the political masters of Pakistan have finally directed its national cricket team to lift the boycott and play India on 15 February, 2026, as scheduled in Colombo . The Masters must've thought the money at stake is too lucrative to continue indulging in such kind of grumpy politics. Of course, they had imposed some pre-conditions that included making the 'handshake' a mandatory protocol, but the ICC looked the other way. So, the PCB takes it as protecting the 'spirit of cricket'.  The Indian cricket board , the sponsors, the TV channels and millions of fans who do not necessarily mix patriotism with sports, if it's cricket in particular, must be deliriously ecstatic that all the revenues and hype and excitement shall be there for harvest thr oughout the ICC Men's T20 World Cup-2026 , co-hosted by India and Sri Lanka . Most of the Indians fans must also be ecstatic to have their heroes go on vanquishing the enemy neighbor and humiliating t...

স্বাধীনতা সংগ্ৰামী বাউলীকবি কমলানন্দ ভট্টাচাৰ্য্য .🌺👏 Freedom Fighter Bauli Kavi Kamalananda Bhattacharyya...

  🌺আমাৰ ককা -👏বাউলীকবি কমলানন্দ ভট্টাচাৰ্য্যদেৱৰ আজি ৭০ সংখ্যক পূণ্য তিথি । পুহমাহৰ কৃষ্ণা একাদশীত..,. ইংৰাজী ১৯৫১ চনৰ ৪ জানুৱাৰী তাৰিখে ৫৬ বছৰ বয়সত তেখেত স্বৰ্গবাসী হয় ।   সৰুৰে পৰা ককাৰ  শ্ৰাদ্ধ দেউতাই  কৰি অহা দেখি ককাক দেখা  যেন লাগিছিল । এই দিন কেতিয়াও পাহৰিব নোৱাৰোঁ । নগাঁৱৰ ঘৰত সাংগীতিক পৰিবেশৰ মাজতে ককাক যেন পাইছিলোঁ ।  আজি ককাৰ গানেৰেই  ককাক স্মৰণ কৰি পূজা দিলো। ।ককা আহি গান শুনিবলৈ ৰৈ থকা  যেন লাগিল।         ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত  যোগদিয়াৰ পিছত ৯ মাহ কাৰাবৰণ কৰি  তেখেতৰ স্বাস্থ্যৰ অবনতি ঘটিছিল ।  দেশৰ কাৰণে প্ৰাণ  আহুতি দিয়া এইজন ককা ...আমাৰ সকলোৰে  ককা ..বাউলীকবি  কমলানন্দ  ভট্টাচাৰ্য্য দেৱৰ  মৃত্যু হৈছিল মাতৃৰ সমুখত  । সেইগৰাকী  মাতৃৰ  মানসিক শক্তি ৰ কথা আইতা আৰু  দেউতাৰ পৰা বহুত শুনিছিলো । তেখেত আমাৰ আদৰ্শ ।  নিজৰ পুত্ৰ জেলত থাকোতে , আৰু  পুত্ৰৰ   মৃত্যুৰ পিছত ধৈৰ্য্য সহকাৰে  ঘৰ চলাই নাতিক মানুহ কৰা এগৰাকী সাহসী ...

অমৰ গায়ক তৰিকুদ্দিন আহমেদৰ সোঁৱৰণত--- Remembering Evergreen Singer Tarikuddin Ahmed On His 30th Death Anniversary !

‘ইমান ধুনীয়া মুকুতাৰ মালা’ৰ গায়কজন ' ... তৰিক দাদা ... বা তৰিকউদ্দিন আহমদ .... ( মৃত্যু - ২৯ . ৮ . ১৯৯০ )   সৰুকালৰ পৰা আমাৰ ঘৰত দেখি অহা কোমল মাত কথাৰ , .. গান গোৱা মানুহ জন .... মোৰ পিতৃৰ দৰে বা তাতকৈও বেছি মৰম কৰা এজন মৰমীয়াল লোক ।   মোক ' মা ', মাজনী ' , আইজনী কৈছিল । ইমান ভাল পাইছিলোঁ তেখেতক -- নাজানিছিলোঁ কত থাকে কি কৰে আদি .. আহিলেই ভাল পাইছিলোঁ । নিজৰ ছোৱালীৰ দৰে মোক মৰম কৰিছিল । পিতৃয়ে কেতিয়াবা খং কৰি কথা কৈছিল .. কিন্তু তেখেতে কেতিয়াও মোক টানকৈ কোৱা মনত নপৰে ।   গান বহুত দেৰিকৈ বুজিছিলো .. কিন্তু মোৰ মনত পৰা দিনৰ পৰা তেখেতক আমাৰ পৰিয়ালৰ এজন লোক বুলিয়েই মই বুজি লৈছিলো । পিতৃয়ে তেখেতক ' তৰিক দা ' কয় , মা , পেহী হতে ও কয় কাৰণে ময়ো সেইটোৱেই শিকিলো ।আইতাই নাম ধৰি মাতিছিল ।   ককা কমলানন্দ ভট্টাচাৰ্য্য ৰ দিনৰ পৰা তেখেত আমাৰ ঘৰুৱা লোক আছিল । অকল গানৰ সম্পৰ্ক নহয় । । ব...